অসম একাডেমী অফ মিডিয়া ষ্টাডিজৰ পৰা JOB এৰি নিউজ টাইম অসমত JOB কৰিলো

Post DTP to Video Editor
মোৰ ভিডিঅ ইডিটিং , গ্ৰাফিক্স ডিজাইনিং, মিউজিক মিক্সিং আৰু কেমেৰাৰ কাকতি , মই একে বেষ্টৰ । মোৰ এটা কথা মাইণ্ডত আছিল যে নিউজ চেনেলত কাম কৰিব হলে মাথাটো এবাৰ সোমাব লাগিব। গতিকে মই লক্ষ্যক সুধিলো লক্ষ্য আছে নেকি POST খালী, লক্ষ্যই কলে DTP হে আছে। ৭ দিন সিকি লোৱা ময়ো সিকিছো সাতদিনত। মই চাকৰীৰ বাবে DTP সিকিলো। আৰু চাকৰী কৰিব গলো। ব্ৰেকিং নিউজ, আৰু হেডলাইন লিখিলো, মোৰ ফকাচ DTPত নহয় এডিটিঙত হে। প্ৰায় ৩ মাহ ডিটিপি কৰাৰ পিছত EDITING কৰিলো।