Showing 11 Result(s)

My Work Experiences in Assam Academy of Media Studies

Office boy হিচাপে কাম কৰি HS Exam দিছিলো   Life Is Beautiful — Haren Injalr অসম একাডেমী অফ মিডিয়া ষ্টাডিজ Since 2016 নত মই অফিচ বয়, মানে পিয়নৰ job কৰিছিলো। মোৰ কাম হৈছে অফিচৰ তলা খোলা, ৰোম মুচা, সাৰা, কোনোবা নতুন Student Parents আহিলে চাহ দিয়া। চাহৰ বাচন ধোৱা। আৰু অফিচত কোন আহিছে চাইন লোৱা। মোৰ Interview কেনেকৈ হৈছিল মই হায়াৰ ছেকেণ্ডাৰীত পঢ়ি আছিলো। মোৰ কাম কৰাৰ বহুত ইচ্ছা। তেতিয়া ৰিহাবাৰীত নাম ৰেজিট্ৰেচন আৰু বেলতলাত PRC APPLY কৰি আহোতে চান্দমাৰীত লৰা এজনে এখন HEALTH ৰ কাৰ্ড ডিলে। মানে নেটৱৰ্ক মাৰ্কেটিং মাহত ৭ হাজাৰ টকা দৰমহা। মই ওলাই গলো শিলপুখুৰীলৈ। শিলপুখুৰী …