Showing 2 Result(s)

হাহি চম্পাৰ প্ৰেম

হাহি হৈছে লৰা, চম্পা হৈছে ছোৱালী EXT. PADDY FILED. DAY ১- ৰাস্তাৰে আহি মাছমৰীয়াক জোকে ধৰা বুলি কয় ২- লগৰ কেইটাৰ লগত ছোৱালী জোকাই ৩– হাহি চম্পাক প্ৰপোজ কৰিব দিয়ে– ৪– ফুল লৈ যায়– হাহি –হাহি কব তোমাৰ নাম       চম্পা– মোৰ নাম চম্পা       হাহি–  বৰ ধুনীয়া নাম, তোমাৰ কাপোৰযোৰ              (হাহিব)      চম্পা– কি লেতেৰা নেকি,      হাহি–নহয়      চম্পা – বেয়া লাগিছে      হাহা– নাই অ ভাল লাগিছ      চম্পা –অ তাকেই হাহি– তোমাৰ চুলিখিনি হাহি থাকে চম্পা– কাণতলীয়া চৰ দিয়ে হাহি– আকৌ হাহিব চম্পা– কি নিলাজ মানুহ– আকৌ চৰ দিয়ে হাহি– তোমাৰ চকু– হাহে চম্পা– ডাণ্ডা …